চলচ্চিত্র দেশে বিদেশে

চিনেমাৰ লগত প্রথম পৰিচয় ঘটিছিল হিন্দী আৰু অসমীয়া চলচ্চিত্র সমূহৰ যোগেদি। সৰুতে মোৰ কাৰণে চিনেমাৰ মূলমন্ত্র আছিল 'নায়ক, নায়িকা আৰু খলনায়ক, শেষত নায়কৰ বিজয়'। কিন্তু যেতিয়া বিশ্ব চলচ্চিত্রৰ লগত চিনাকি হ'লো বুজি পালো নায়ক নায়িকাৰেই চিনেমা এখন নহবও পাৰে। চিনেমা এখনত থাকিব পাৰে বহুতো কিবা কিবি! বিশ্বৰ বিভিন্ন ভাষাৰ বিভিন্ন চিনেমা চালো, কিছুমান ভাল লাগিল, কিছুমান বেয়া লাগিল। তাৰে ভিতৰত মোৰ ভাল লগা কেইখন আপোনালোকলৈ বুলি আগবঢ়ালো। আশাকৰো আপোনালোকে ভাল পাব। মই কোনো চলচ্চিত্র সমালোচক নহয়। মাত্র আন বহুতৰ দৰে 'চিনেমা বলীয়া' এজন!


কিকুজিৰ' (Kikujiro)
পৰিচালক :  Takeshi Kitano
দেশ : জাপান
ভাষা : জাপানীজ্

মাতৃৰ সন্ধানত মাচাওৰ এক অভিনৱ যাত্রা!

কেটিন (Katyn)
পৰিচালক : Andrzej Wajda
দেশ : পোলেণ্ড
ভাষা : পলিচ, ৰাচিয়ান, জাৰ্মান



মানৱীয় নৃশংসতা!


টায়েগুকগি (Taegukgi)
পৰিচালক : Kang Je-gyu
দেশ : দক্ষিণ কোৰিয়া
ভাষা : কোৰিয়ান



যুদ্ধ আৰু ভ্রাতৃত্ববোধ


চিলড্রেন অব্ হেভেন (Children of Heaven) 
পৰিচালক : Majid Majidi
দেশ : ইৰাণ
ভাষা : পাৰ্চী
এটি কিশোৰ আৰু দৌৰ প্রতিযোগিতাত তৃতীয় স্থান লভাৰ এক দুৰ্বাৰ হাবিয়াস


গুড বাই লেনিন! (Good Bye Lenin!)
পৰিচালক : Wolfgang Becker
দেশ : জাৰ্মানী
ভাষা : জাৰ্মান
মাতৃক জীয়াই ৰাখিবলৈ এজন পুত্রৰ কিছুমান অভিনৱ প্রচেষ্টা


ডাউনফল (Downfall)
পৰিচালক : Oliver Hirschbiegel
দেশ : জাৰ্মানী, ইটালী, অষ্ট্রিয়া
ভাষা : জাৰ্মান, ৰাছিয়ান

বাৰ্লিন বাংকাৰত হিটলাৰৰ জীৱনৰ শেষৰ বাৰটা দিন


দ্য মটৰচাইকেল ডায়েৰীজ (The Motorcycle Diaries)
পৰিচালক : Walter Salles
দেশ : আৰ্জেন্টিনা
ভাষা : স্পেনিচ

চে, এলবাৰ্ট' আৰু লা পডেৰচা...অন্য এক যাত্রা! 


দ্য কালাৰ অব্ পেৰেডাইজ (The Colour of Paradise)
পৰিচালক : Majid Majidi
দেশ : ইৰাণ
ভাষা : পাৰ্চী

মহম্মদৰ অন্ধ চকু দুটিৰে বাহিৰৰ ৰঙীন পৃথিৱী খনৰ অনুভূতি!

দা ভাৰ্জিন স্প্রীং (The Virgin Spring)
পৰিচালক : Ingmar Bergman
দেশ : চুইডেন
ভাষা : চুইডিশ

বাৰ্গমেন আৰু তেওঁৰ শ্রেষ্ঠতম সৃষ্টি


400 ব্লজ (400 Blows)
পৰিচালক : Francois Truffaut
দেশ : ফ্রান্স
ভাষা : ফৰাচী
             
ফৰাচী নব্য ধাৰাৰ চলচ্চিত্রৰ পথ প্রদৰ্শক 


ক্লাছিক (The Classic)

পৰিচালক : Kwak Je Yong
দেশ :দক্ষিণ কোৰিয়া
ভাষা : কোৰিয়ান

প্রেম আৰু প্রেম!


ভিভা কিউবা (Viva Cuba)
পৰিচালক : Juan Carlos Cremata
দেশ : কিউবা
ভাষা :স্পেনিচ্

মালু আৰু জৰ্গিতৰ এখন ৰোমাঞ্চকৰ পৃথিৱী!


যুগোশ্লাভিয়াৰ ৰোমান্টিক কমেডি কথাছবি 'ব্লেক কেট এণ্ড হোৱাইট কেট'। পঞ্চাশৰ দশকৰ পৰাই যুগোশ্লাভিয়াৰ কথাছবিয়ে বিশ্ব কথাছবিৰ মানচিত্ৰত নিজকে প্ৰতিষ্ঠা কৰি আহিছে। এতিয়ালৈকে কোনো অস্কাৰ বঁটা লাভ নকৰিলেও বহুকেইখন কথাছবি ইতিমধ্যে অস্কাৰ বঁটাৰ বিদেশী ভাষাৰ কথাছবি শিতানত মনোনয়ন লাভ কৰিছে। 

 
2002 চনৰ অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰা ফিনলেণ্ডৰ কথাছবি










2007 চনৰ অস্কাৰ বঁটা লাভ কৰা অষ্ট্ৰিয়াৰ কথাছবি 





 Days of Glory 2006 চনৰ অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰা আলজেৰিয়াৰ কথাছবি








 My Life as Dog বাৰ বছৰীয়া  Ingmer আৰু তাৰ চাৰিওদিশে হৈ থকা পৰিবৰ্তনবোৰ। (চুইডেন, 1985)











 ইজৰাইল - পেলেষ্টাইন সংঘৰ্ষ আৰু কিছু মানৱীয়তা। (Paradise Now, পেলেষ্টাইন, 2005) বিদেশী ভাষাৰ কথাছবিৰ শিতানত অস্কাৰ মনোনয়ন লাভ কৰা পেলেষ্টাইনৰ প্ৰথমখন কথাছবি। 









 Beaufort (ইজৰাইল, 2007)












আগলৈ

1 comment:

Dipali Gogoi said...

Children of Heaven, The Motorcycle Diaries,আৰু The Colour of Paradise চাইছো। অনন‌্য।