Wednesday, July 13, 2011

"আকাশ আমাক অকনি আকাশ দিয়া"

গীতিকবি নৱকান্ত বৰুৱা দেৱ ৰচিত দহটি কালজয়ী গীত:

আকাশে বতাহে ইমান সুৰৰ গুন গুন (বীৰেন্দ্ৰ নাথ দত্ত)
অ' ধুন ধুনীয়া মোৰ অকনমানি (বীৰেন্দ্ৰ নাথ দত্ত)
মুখত দুডাল দুবৰিবন (বীৰেন্দ্ৰ নাথ দত্ত)
মোৰ অকনমানি পুখুৰীটোৰ (বিউটি শৰ্মা বৰুৱা)
মই এটি দিনৰ জোনাকী (জ্যোতিষ ভট্টাচাৰ্য্য)
নিয়ৰৰে ফুল (ভুপেন হাজৰিকা)
ৰহিমলা ওৰণিৰ মাজেৰে (বীৰেন্দ্ৰ নাথ দত্ত)
আকাশ আমাক অকনি আকাশ দিয়া (বীৰেন্দ্ৰ নাথ দত্ত)
বতৰৰে গীত গাবলৈ (বীৰেন্দ্ৰ নাথ দত্ত)

4 comments:

Jit said...
This comment has been removed by the author.
Jit said...

অপূৰ্ব হিম, এই গানকেইটাৰ কেছেট কেইখন বুকুত সাৱটি ঘূৰি ফুৰোঁ । তোমাৰ সহায়ত ONLINE শুনিবলৈ পাই নথৈ আনন্দিত হৈছোঁ ।

rupam sarma said...

Dhonyabad

rupam sarma said...

Dhonyabad