Tuesday, December 14, 2010

'দশকৰ শ্ৰেষ্ঠ ১০'- (২)

অসমীয়া গীত

১ সন্ধ্যা যেতিয়া নামে - অংগৰাগ মহন্ত
২ ক'ৰ এজাক সপোন যেন বৰষুণ - অনিন্দিতা পাল
৩ মায়াবিনী ৰাতিৰ বুকুত - জুবিন গাৰ্গ
৪ বুকুৱে বুকুৱে আছে যে চিৰকাল - চাজু
৫ মন যায় - জুবিন গাৰ্গ
৬ আনে যোৱা বাটে নোযোৱা - জুবিন গাৰ্গ
৭ সৰা ফুল বকুলৰ - অংগৰাগ মহন্ত
৮ মোৰ ফাগুন আছেহি আহি ৰৈ (ৰিমেক) - জুবিন গাৰ্গ
৯ ৰিমিঝিমি বাৰিষাতে - জুবিন গাৰ্গ
১০ আহ ঐ আহ - দীক্ষু


  Powered by     eSnips.com 

বি.দ্র. এই তালিকাখন মোৰ ব্যক্তিগত বাচনিৰ ভিত্তিত প্রস্তুত কৰা হৈছে।দৰ্শকৰ প্রিয় অইন বহু বাচনি বাদ পৰি যাব পাৰে। তাৰ বাবে ক্ষমাপ্রাৰ্থী। পঢ়ুৱৈ সকলে তেওঁলোকৰ নিজা পচন্দবোৰ জনালে নথৈ আনন্দিত হ’ম।

3 comments:

ankuraj said...

বুকুৱে বুকুৱে আছে যে চিৰকাল- এই গীতটো এইটো দশকৰ নহয় নিকি??

হিমজ্যোতি said...

এই গীতটি যিহেতু এতিয়াও ধাৰাবহিক খনৰ প্ৰতিটো নতুন সম্প্ৰচাৰতেই ৰখা হয়্, সেইবাবে এইটো দশকৰ গীত হিচাবেও ৰাখিছো।

ankuraj said...

aatsa